বিহু উপলক্ষে ইংৰাজী মাধ্যমৰ ছাত্ৰীৰ বক্তৃতাৰ নমুনা
"নমস্কাৰ ।মোৰ নাম মিচ ৰ'জলিন হয়।
মই চেইন্ট এঞ্জেলচ স্কুলৰ ক্লাচ নাইনৰ ষ্টুডেন্ট হয়।
মোৰ আজিৰ টপিকটো পৰিছে বিহু।
বিহু
এটা important এছ্মীজ ফেষ্টিভেল হয়। বিহু থ্ৰি টাইপ্চৰ থাকে। ৰাংগলী বিহু,
ভোগালী বিহু আৰু কাংগালী বিহু। ইংলিচ নিউ year enjoy কৰাৰ পিচতে all এছমিজ
পিপ্ লে জানুৱাৰী thirteenth fourteenth ত এটা বিহু celebrate কৰে। এটো
বিহুত নেটিভচ বিলাকে হাৰভেষ্টৰ পিচত এনজয় কৰে। কমিউনিটি ফিষ্ট হয় আৰু লেট
নাইট পাৰ্টি হয়। নেক্সট মৰ্নিং fire god ক prayer কৰে।
এছ্মীজ
নিউ year celebrate কৰিব কাৰণে april 14th 15th ত আৰু এটা বিহু হয়। এইটো
বিহুত everyone from 8 to 80 enjoy কৰে। নতুন কাপোৰ চাপোৰ লয়। আৰু young
boys and girls বিলাকে বহুত ডান্স কৰে। লেট নাইট লেকে ঘূৰি থাকিলে parents এ
একো নকয়। বিহু শ্ব বিলাকত huge gathering হয় আৰু its maritime for all.
Its the best of all. এইটো বিহুক সে কাৰণে ৰাংগলী বিহু বুলি কয়।
কাংগালী বিহু is basically for the farmers. মই এইটো ৰ কথা ইমান বেছি নাঝানো। there is no fun in this বিহু। so কাংগালী বুলি কয়।
Thanks."
অসমীয়া
ভাষা সাহিত্যই এই ৰূপ ললেই ! সাৱধান হওক । চৰ্চা নেৰিব । লিখি যাওক ।
সকলোৱে । যি পাৰে যেনেকৈ পাৰে । অসমীয়া ভাষাৰ স্বাৰ্থত এই পোষ্টটো প্ৰতিজন
সাহিত্য প্ৰেমিয়ে শ্বেয়াৰ কৰক।
(ইংৰাজী মাধ্যমৰ ল'ৰা ছোৱালী আৰু কৃষ্ণ )

No comments:
Post a Comment