চোৰৰ বুদ্ধি
☞ জেলত থকা পুত্ৰলৈ খেতিয়ক এজনৰ চিঠি
------------------------------------------------------------------------
☞ " বোপাই , আলুৰ খেতিৰ সময় হৈছে । মই বুঢ়া হৈছো, পথাৰখনত আলু পুতিবলৈ চহাব লাগে । মই
অকলে নোৱাৰো। কিবা এটা কৰ তই, মানুহ লগাবলৈও মোৰ ধন নাই ।"
☞"পুতেকৰ বাপেকলৈ চিঠি
--------------------------------------------
☞ " পিতাই , তই পথাৰত গাত নাখান্দিবি দেই , মই চুৰ কৰি অনা টকাবোৰ তাত পুতি ৰাখিছো ।"
☞ চিঠিখন পুলিচে পঢ়িলে আৰু সেই ৰাতিয়েই গোটেই
পথাৰখন খান্দি পেলালে কিন্তু শেষত একো নাপালে।
(দেশৰ শেহতীয়া বা বাতৰিৰ লগতে বিভিন্ন বিষয়ৰ ভিডিও নিয়মিতভাৱে চাই থাকিবলৈ
বন্ধু সকলে তলত দিয়া লিংকত টিপি লিংক অপেন হোৱাৰ পিছত মোৰ YouTube চেনেল
Subscribe কৰিব
☞ পিছদিনাখন চোৰৰ পুত্ৰৰ আকৌ চিঠি বাপেকলৈ
" পিতাই, আশা কৰো তোৰ কামটো কালিয়েই হৈ গ‘ল, এতিয়া তই আলু পুতিব পাৰিবি ।
😂
No comments:
Post a Comment